গোট কড়াইগোট খুৱা
গোট খা (Assamese) [ Roman: go`t kha]
du: গোট-পিত খা
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2016-04-07
English: coalesce,
Assamese: এক হ, একত্ৰ হ, একত্ৰিত হ, একাঙ্গীভূত হ, গোট খা, থুপ খা, মাউখ বান্ধ, লগ লাগ, লয় যা, সংযুক্ত হ, সন্মিলিত হ
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-18
English: assemble, congregate, gather,
Assamese: গোট খা, জাক পাত্, জাঙুল খা, জুম পাত্, জুম বান্ধ্, মাউখ পাত্, মাউখ বান্ধ্,
Mising: dugdum, dugsum, dukkum, dumsu, gikumsu, gipum-girum, gisum su, tising,
Karbi: chingrum,
Deori: গুতুহাবা
গোট খা (Assamese) [ Roman: go`t kha]
du: গোট-পিত খা
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2016-04-07
1. (Verb-Intran.) to come together into one substance or group. ইটোৰ লগত সিটোৰ সংস্পৰ্শ ঘটা, মিলিত হোৱা৷
Assamese: এক হ, একত্ৰ হ, একত্ৰিত হ, একাঙ্গীভূত হ, গোট খা, থুপ খা, মাউখ বান্ধ, লগ লাগ, লয় যা, সংযুক্ত হ, সন্মিলিত হ
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-18
2. (Verb-Intran.) to get together or gather into one place or one unit লগ লাগ্ বা একত্ৰ হ